You are here

কৈছে গােৱিন্দ সেৱহু তােই (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ - আশােৱাৰী 

ধ্ৰুং- কৈছে গােৱিন্দ সেবোহো তােই।

চঞ্চল মন মেৰি থিৰ নাহি হােই।।

পদ-যইছে পংকজ দলগত নীৰ।

বিষয় লুব্ধ মন তৈছে অথিৰ।।

ছােড়ি পামৰ মতি মতি তুৱা পায়।

ৰূপ ৰস পৰশ শবদ গন্ধে ধায়।।

কহয় মাধৱ হৰি কৰু মেৰি দায়া।

চৰণে শৰণ লেহু ছােড়হ মায়া।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত