You are here

আলাে মঞি কি কহবোঁ দুঃখ (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ ।। ভাটিয়ালী 

ধ্ৰুং- আলাে মঞি কি কহবো দুখ।

পৰাণ নিগৰে না দেখিয়া চান্দমুখ।। 

পদ- কত পুণ্যে লভিলোঁ গুণেৰ নিধি শ্যাম।

বঞ্চিয়া নিলেক নিকৰুণ বিধি বাম।। 

শ্যামকানু বিনে মােৰ নৰহে জীৱন। 

হা শ্যাম বুলিতে দগধ কৰে মন।। 

দিৱস নযায় সুখে নযায় ৰজনী।

চান্দ চন্দন মন্দ পৱন বৈৰিণী।

কোথা যাও কোথা থাকোঁ কিবা কৰে মন।

কানাইৰ নেওচনি দেওঁ সৱ বন্ধুজন।। 

শ্যাম বন্ধু বিনে জীৱনৰ কিবা কাজ।

বিৰহ অনল জ্বলে হৃদয়ৰ মাজ।।

নজানাে দাৰুণ বিধি কি কৰে বিপত্তি। 

কহয় মাধৱ ৰংগা পদে মােৰ গতি।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত